যীচু আেপানাৰ বন্ধু
েমাৰ এজন বন্ধু আেছ। মই লগ েপাৱা েতেৱঁই েশৰ্ষ্ঠ বন্ধু । েতওঁ ইমান দয়ালু আৰু সতয্ েয আপুিনও েতওঁক িচিন েপাৱােটা মই িবচােৰা। েতওঁৰ নাম যীচু। িবস্ময়কৰ কথােটা এেয় েয েতওঁ আেপানােৰা বন্ধু হ’ব িবচােৰ।
মই েতওঁৰ িবষেয় কওঁ শুনক। এই কািহনীেটা আিম বাইেবলত পিঢ়বৈল পাওঁ। বাইেবলখন সতয্। এইয়া ঈশব্ৰৰ বাকয্।
জগতখন আৰু ইয়াত থকা সকেলােক ঈশব্েৰ সৃিষ্ট কিৰেল। েতওঁ সব্গর্ আৰু জগতৰ পৰ্ভু। েতওঁ সকেলােক জীৱন আৰু শব্াস-পৰ্শব্াস িদেছ।
যীচুেৱই ঈশব্ৰৰ পুতৰ্। আমাৰ িনজ তৰ্াণকতর্া হ’বৈল ঈশব্েৰ েতওঁক সব্গর্ৰ পৰা এই জগতৈল পঠােল। ঈশব্েৰ জগতখন ইমান েপৰ্ম কিৰেল (তাৰ মােন আেপানাক আৰু েমাক) েয েতওঁৰ এেকমাতৰ্ পুতৰ্ যীচুক (আমাৰ পাপৰ বােব মৃতুয্ হ’বৈল) পঠােল যােত িযেকােনােৱ েতওঁক িবশব্াস কেৰ েতওঁ নষ্ট নহয়, িকন্তু অনন্ত জীৱন পায় (েযাহন ৩:১৬)।
যীচু এিট কণমািন িশশুৰূেপ জগতৈল আিহিছল। েতওঁৰ পািথর্ৱ িপতৃ -মাতৃ আিছল েযােচফ আৰু মিৰয়ম। েতওঁ েগাহািলত জন্ম ৈহিছল আৰু েতওঁক দানাপাতৰ্ত শুৱাই ৰখা ৈহিছল।
যীচু েযােচফ আৰু মিৰয়মৰ লগত থািক ডাঙৰ-দীঘল ৈগিছল আৰু েতওঁেলাকৰ বাধয্ আিছল। এেকলেগ উমিলবৈল েতওঁৰ ভােয়ক আৰু ভনীেয়কিবলােকা আিছল। েতওঁ েযােচফক েতওঁৰ কাঠিমস্তৰ্ী েদাকানত সহায় কিৰিছল।
যীচু েযিতয়া এজন পুৰুষসব্ৰূেপ ডাঙৰ হ’ল েতিতয়া েতওঁ মানুহক েতওঁৰ সব্গর্ত থকা িপতৃ ৰ িবষেয় িশক্ষা িদিছল। েতওঁ ৈকিছল ঈশব্েৰ েতওঁেলাকক েকেন ভাল পায়। যীচুেৱ েৰাগীক সুস্থ কিৰিছল আৰু দুখ-কষ্টত থকাসকলক শান্তনা িদিছল। েতওঁ িশশুিবলাকৰ বন্ধু আিছল। েতওঁ িশশুিবলাকক েতওঁৰ কাষত পাবৈল িবচািৰিছল। েতওঁেলাকৰ লগত যীচুেৱ সময় কটাইিছল। িশশুিবলােক যীচুক আৰু েতওঁৰ লগত থািকবৈল ভাল পাইিছল।
িকছুমান মানুেহ যীচুক ভাল েপাৱা নািছল। েতওঁেলােক যীচুক ঈষর্া আৰু িঘণ কিৰিছল। েতওঁেলােক যীচুক ইমােনই িঘণ কিৰিছল েয েতওঁক বধ কিৰবৈল িবচািৰিছল। এটা ভয়ংকৰ িদনত েতওঁেলােক যীচু ক কৰ্ু চত বধ কিৰেল। যীচু েৱ
এেকা তৰ্ুটী কৰা নািছল। আপুিন আৰু মই পাপ কৰাৰ কাৰেণ আমাৰ পিৰৱেতর্ েতওঁ মিৰবলগা হ’ল।
যীচুৰ মৃতুয্েত েতওঁৰ কািহনীেটা েশষ নহয়। ঈশব্েৰ েতওঁক মৃতুয্ৰ পৰা পুনৰ তুিলেল! েতওঁৰ অনুগামীসকেল েতওঁক েদিখিছল। ইয়াৰ িপছত এিদন েতওঁ সব্গর্ৈল ঘূিৰ গ’ল।
আিজ েতওঁ আেপানাক েদেখ আৰু শুেন। েতওঁ আেপানাৰ িবষেয় জােন আৰু আেপানাৰ বােব িচন্তা কেৰ। আপুিন মােথান পৰ্াথর্নােৰ েতওঁৈল আহক। েতওঁক আেপানাৰ সকেলা সমসয্া কওক। েতওঁ আেপানাক সহায় কিৰবৈল যুগুত। আপুিন িযেকােনা সময়েত আৰু িযেকােনা ঠাইেত মূৰ েদাৱাই পৰ্াথর্না কিৰব পােৰ।
েতওঁ এিদন পুনৰাই আিহব! েতওঁক িবশব্াস কৰা সকেলােক েতওঁ সব্গর্ীয় ঘৰৈল ৈল যাব।